ই-অধিক্রয় ব্যৱস্থাটো ইন্টাৰনেট ব্যৱহাৰ কৰি ইলেকট্ৰনিক মাধ্যমেৰে সামগ্ৰী আহৰণ কৰা এটা প্ৰক্ৰিয়া। এই সুবিধাটোৱে নিবিদাৰ সময়সীমা যথেষ্ট কমায় আনে আৰু আহৰণৰ স্বচ্ছতা বঢ়ায়।

অসমৰ ই প্ৰকিউৰমেন্ট ব্যৱস্থাটোৱে টেণ্ডাৰ প্ৰদান কৰোতাক টেণ্ডাৰ অনুসূচী বিনামূলীয়াকৈ ডাউনল’ড কৰিব সুবিধা দিয়ে আৰু পোর্টেলত অনলাইন মাধ্যমেৰে জমা দিব পাৰে।

অসম চৰকাৰৰ ই প্ৰকিউৰমেন্ট ব্যৱস্থাটোত প্ৰৱেশ কৰিবলৈ, অসম টেণ্ডাৰত ক্লিক কৰক