ই উত্তৰ্ পূৱ ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থনীতি আৰু ই অতি দ্ৰূতগতিত নিয়োগৰ ক্ষেত্ৰত আৰু উদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত স্থিৰতাৰে উন্নতি কৰি আছে।এনডিএছপি(নেট ষ্টেট ডমেষ্টিক প্ৰডাক্ট) ক্ষেত্ৰখণ্ডৰ অৰিহনাৰ পৰা প্ৰকট হৈছে যে অসমত ৩০শতাংশত কৈ অধিক অৰিহনা কৃষি আৰু ইয়াৰ লগত জড়িত কাৰ্য্যকলাপৰ পৰা হয়। ই ভাৰতৰ জিডিপিত ক্ষেত্ৰ্খণ্ডৰ পৰা হোৱা অৰিহনাতকৈ যথেষ্ট বেছি।

অধিক জানিবলৈ ইয়াত ক্লিক কৰক 

গুৰুত্বপূৰ্ণ লিংক:

এটা ব্যৱসায়/উদ্যোগ আৰম্ভ কৰিবলৈ

পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ

এটা ব্যৱসায় চলাবলৈ